ধুমূহাৰ পাছত ২১ পৰিল_ ইন্্ুরে তাৰ উপহাৰ গ্রহণ নকৰিলে। ঘূৰাই দিয়া উপহাৰৰ টোপোলাটে। সি লাহে লাহে হাতত তুলি ললে। হাতত লৈ সি তাৰ মেজৰ ওপৰত লাহেকৈ থৈ চকিখনত বহি পৰিল। লাহে লাহে সি ভারত তন্ময় হৈ পৰিল।
অতীতৰ মধুৰ স্মতিৰ ছবি ধীৰে ধীৰে তাৰ মানস চকুৰ আগেদি ভাহি যাবলৈ ধৰিলে । লবালি কালত সি যেতিয়া কত্রহ তব বাৰীৰ নিঠা আম জুপিৰ পৰা! মনে মনে গৈ পকা আম চিঙ্গি আনি ভালবো ভালটো ইন্দুক দিয়েহি, তেতিয়া তাই কি আগ্রহেবেই সেই আম লয়! আজি তাৰ উপহাৰ ফিৰাই দিলে। তাই গ্রহণ নকৰিলে ।
সি লাহে লাহে উঠি ঘৰৰ otal ওলাই গ'ল। গৈ গৈ সি নৈৰ ঘাট পালেগৈ। নৈৰ ঘাটৰ সেই জোপাটোৰ আঁৰতে সি বহি আকাশ-পাতাল ভাবিবলৈ ধৰিলে।
“কথা বুলিলেই বতাহ” ইন্দুহ'তৰ ঘৰত থকা জেতুকী বুঢ়ীয়ে অজয়ে ইন্দুলৈ উপহাৰ পঠোৱা কথাটো জানে। তাই সেই কথাষাৰকে মনত লৈ সেই সময়তে ঘাটলৈ আহিল। এনেতে গাৱ'ৰ ২৷৪ গৰাকী মাইকী atest পানী নিবলৈ ঘাটলৈ আহিল। এনেতে জেতুকীয়ে কলে--শুনিছানে আজি আমাৰ ইন্দুলৈ অজয়ে কিবা এটা দিছিলে ?
পিছে কি হ’ল?
কিটোনো হব, আকৌ ঘূৰ|ই দিলে।
দু্টৰ শিৰোমণি সেইটে।। তাৰ কাগটো চোৱা ৷