এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই
১৫
ধুমূহাৰ পাছত
ধুমুহাৰ পাছত ২৫ তাইৰ অন্তৰত যেন অলপ আঘাতেই পালে । লাহে লাহে TRA ওপৰত তাইৰ এটা অভিমানৰ ভাব আহি পৰিল |
সেইদিনা অজয়ে ইন্দুক লগ পাই স্থুধিলে--ইন্দু Bye লাহেকৈ কলে, কি?
অজয়ে লক্ষ্য কৰিলে ইন্দুৰ মুখত গাম্ভীৰ্ধ্যৰ চিন, চকুত উদাসীনতাৰ লক্ষণ । অজয়ে সুধিলে-_তোমাৰ আজি কি হ’ল ইন্দু ?
একো হোরা নাই--ইন্দুৱে গম্ভীৰ ভাবে কয়।
নহয় তোমাৰ আজি নই পৰিবৰ্ত্তন লক্ষ্য কৰিছে৷, নিশ্চয় তোমাৰ কিবা এটা হৈছে | :
মান্থহৰ দৰেই মাহ্হ থকাটোহে ভাল। তাই মুখখন এফলিয়াকৈ কয়।
তাৰ মানে }
অন্যায় কিছুমান কৰি নিজৰ জীৱনলৈ গ্লানি অনাটো। জানো ভাল? মই যে একে৷ বুজিব পৰা নাই ইন্দু। তুমি এইবোৰ কাক কৈছা?
কাক আৰু কম? এই বুলি কৈ ইন্দুরে আনফালে চালে । অজয়ৰ মুখত হাহি ফুটি উঠিল, সি কলে__হুমি মোৰ বিৰুদ্ধে কোনো কথা শুনিছা ?
ওঁ মানুহবিলাকে কয়।
মানহে কবই,.তাত কি লাভ-লোকচান আছে ইন্দু ?