১৪ ধুমূহাৰ পাছত
মোহনে কলে-__চিয়েৰ আপ, ভায়া, মই তোমাৰ কুত- কাধ্যতা৷ কামনা কৰে।। অজয়ে কথাৰ BA ঘূৰাবলৈ কলে__ এজন গণ্যমান্য মানুহৰ ছোৱালীৰ বিষয়ে এইদৰে আলোচনা al বৰ ভাল নহয়, বুজিছ| ৷
মোহনে কলে--এৰ| ভুল হৈছে থৈ দিয়া ; কৰবাত বসৰ ভাণ্ডই ভাঙ্গি পৰিব৷
সৰ্ব্বাই কলে--নহয় হে, ৰস কৰবাত পৰি যাব__কোনোবা . লোলুপ নয়নাই পাব লাগিলে আৰু “চুন খাই’ মৰাৰ সমান হব ৷
অজয়ে কলে--হেঁ হে কিবোৰ যে কোরা আৰু ৷
এনেতে চাহ আহিল৷ মোহনে কলে--ওঁ, এতিয়া চাহ . টুপি ধৰাহক ভায়াসকল।
চাহ খোৱাৰ পিছত মোহনে কলে__এতিয়া কাৰ হাতত কিমান আছে উলিয়াই লোৱাহঁক ৷ এই বুলি কৈ মোহনে জুৱা খেলৰ যোগাৰ কৰিলে । গোটেই ৰাতি gal খেলি অজয়ে বহুত পয়চ| হেৰুৱাই পাছদিনা ঘৰ ওলালহি ৷
চাৰি
ইন্দুৱে অজয়ৰ প্রতি এটা ভাল ভাব পোষণ কৰিছিল। অজয়ৰ প্রতি তাইৰ এটা যেন প্রাণৰ টান আছিল। তাৰ প্রতি যেন তাইৰ এটা৷ আকৰ্ষণ আহি' পৰিছিল। কিন্তু ইন্দুৱে যেতিয়া তাৰ সেই কুকাৰ্ধ্যবিলাকৰ কথা লাহে লাহে শুনিবলৈ পালে