ধুমুহাৰ পাছত টি
আদিবাম, সৰ্ব্বা বহি আনন্দত আত্মহাৰা হৈ আছে। মাজে মাজে এটুপি এটুপি ফটিকাও ধৰিছে। অজয়ক দেখি মোহনে কলে-- “অ ভায়া, আহা, আহা”
অজয়ে লক্ষ্য কৰিলে, সকলোৱেই,আনন্দত মতলীয়া। তাৰ পিছত কলে--বেছ, চলিছে, হীহিৰে৷ ৰগৰ উঠিছে । কিহৰ ৰস
আদিবামে কলে,--আদিৰস, কৰুণ ৰস, এই ‘মধুৰস’ আৰু যেকতকি৷ রি
অজয়ে কলে-_-এতিয়াই ৰস পান কৰি লোৱা; নহলে যে বেলা যায় যায়? -
মোহনে কলে--আমাৰ আদিৰামে কিন্ত বস পান কৰি ৰসতেই হাবু ডুবু খাইছে |
অজয়ে কলে--বাঃ বেছতো, পিছে বহঘবা বা ক'ত?
মোহন_সেই ভোগাইৰ ঘৰত। কেতেকীৰ কঠম্ববে তেওঁক বলীয়া কৰিলে। কেতেকীৰ গানৰ OTR তেওঁৰ অন্তৰৰ অন্তঃস্থল ভেদি প্ৰেমৰ প্লাৱন আনিছে; এতিয়া তেওঁ কুল-কিনাৰ নেপাই তেনেই দিশাহাৰ৷ হৈ পৰিছে |
অজয়ে ৰসভঙ্গ নকৰি কলে---তেনে আদিৰামে কেতেকীৰ WR স্ৰৰ্ৰ মাজেদি দেখিছে--এটি সোণালী সপোনৰ বাস্তৱ ৰূপ ।
আদিৰামে তপৰাই মাত লগালে--ইন্দুপ্ৰভাৰ ধ্যানত বা বহিছে কোন ?