১২ ধুমূহাৰ পাছত লাঠি এডালেৰে মূৰত মাৰ সোধাই দিলে। মাকে স্থুধিলে-- “ক’ত তর্ক লাগিছিল।” “হীৰাৱতীৰ ঘৰত” মাকে ঘ্বণাৰ স্থুৰেৰে কলে--“সেই বনৰী-জনীৰ তাতনে ? ই মোক খালে। মই কি কৰে" ৷ হে গোঁসাই ৷” লাহে লাহে কেউটি বন্ধুৱে ধৰি মেলি তাৰ মূবটো ধুৱাই দিলে। কাপোব-কানি খুলি নতুন কাপোৰ পিন্ধিবলৈ দিলে। লাহে লাহে সি কিছু ভাল পালে। তাৰ পিছত তাৰ বন্ধু দুজন গুছি গ’ল।
মাকে ভিতৰলৈ গৈ তালৈ অলপ চাহ আৰু কেইখনমান পিঠ| আনি তাক খাবলৈ দিলে। মাকেও তাৰ ওচৰতে বহি ললে। তাৰ পিছত তাক কলে--“হেৰ বোপাই, তোৰ কি হৈছে? বোপাই তই এনে কথা এৰি পেলা, তই ভাল হ ৷”
সি শুনি যায়__কোনো উত্তৰ নিদিয়ে ৷ তাৰ পিছত লাহেকৈ উঠি গৈ বিছনাত পৰিল।
তাৰ কোঠাৰ বেৰত আৰি থোৱা ঘৰিটোত শব্দ উঠিল ঢং ঢং ।
কেইদিনমানৰ পাছৰ কথ|। অজয়ে ৰাতি খাই বৈ উঠি মাকক কলে--মই আজি ৰাতি মোহনহতৰ ঘৰতে থাকিম গৈ ৷ এতিয়া তালৈকে যাও |
মাকে “হু” বুলি কৈ তালৈ Che দৃষ্টিৰে চাই আতৰ হ’ল। অজয়ে লাহে লাহে ঘৰৰ পৰা ওলাই আন্ধাৰত মিলি গ'ল। সি লাহে লাহে মোহনৰ ঘৰ ওলালগৈ ৷ মোহনৰ ঘৰত তাৰ বন্ধু