সমললৈ যাওক

পৃষ্ঠা:দোঁহাৱলী.pdf/২৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

দোহাৱণী। ( 6 ) তুলসী ভলো সুসঙ্গতে পোচ কুসঙ্গতি হোই। নাউকি নীৰ তীৰ আসলাহ বিলোকহু লোই। সত সঙ্গত সৎ হে তুলসি অসৎ সঙ্গে অসৎ হব লাগে, নাওৰ শোভাতীৰে নোহে, জিলিকে সিটি পানীত। (9) নীচ নীচাই নহি ত্যজে সজ্জনহুকে সঙ্গ। তুলসি চন্দন-বিতপ বসি বিন বিষ ভয়েন ভুজঙ্গ। চন্দন-বনত যেনে বাস কৰিলেও ভুজঙ্গ ন হয় নিবিষ, তেনেকৈয়ে নীচ লোকে সজ্জনৰ সঙ্গ। কৰিলে নুগুচে তাৰ দোষ! ( 8 ) ভলো ভলাই পৈ লহৈ নীচাই নীচ

সুধা সৰাহী অমৰতা গৰল সৰাহী মীচ সাধুলোকে সাধু পথ, নীচ লোকে নীচ পথকে অৱলম্বন কৰে; দেৱতা সকলে যেনে অমৃত শলাগে, মদকেই শলাগে অসুৰে।

  • দোষ-নীচত্ব।