সমললৈ যাওক

পৃষ্ঠা:দোঁহাৱলী.pdf/২০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

দোঁহাৱণী । ( 30 ) বুদ আঘাত সহে গিবি য্যায়সে। এটি ে খলকে বচন সম্ভ সহে ত্যারসে ॥ পৰ্ব্বতে যিদৰে সহে আঘাত পানীধাৰিৰ, সিদৰে খলৰ কথা সহি থাকে সাধু নৰ। * ( ৩১) মেৰা মুঝকো কুছ নহি যো কুছ হ্যায় সো তোৰ ৷ তো তুঝকো সোঁপতে ক্যা লাগে গা মোৰ ৷ নাই একো মোৰ প্ৰভু, যদি কিবা আছে সকলোটি জানা তোমাৰেই ; তোমাৰ সম্পত্তি হেৰা তোমাক দিবলৈ কোনো কষ্ট মোৰ আৰু নাই । (৩২) যো তুর্কো কাঁটা কুঁয়ে তাকি বোই তু ফুল। তোকে| ফুলকে ফুল হেঁয়, তা কোঁ কাঁটা হৈ ত্রিশূল যদি কোনোবাই লুকু তোমাৰ বিপক্ষে কাঁইটকে পূতিথয়, সিটা ফুল, — তাৰ কাইট ত্রিশূল, ফুল তো ফুলেই ৰয় ।

  • নৰ নৰে অৰ্থাৎ লোকে।