সমললৈ যাওক

পৃষ্ঠা:দোঁহাৱলী.pdf/১৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

দোহাৱলী । ( 29 ) ক্যো কীজৈ ঐসী যতন যাতে কাজ না হোয় । প্ৰবত পৈ খোদৈ কুয়া কৈসে নিক্‌সৈ তোয় ৷৷ নকৰিবা এনে কোনো কামত যতন, যিটো কাম সিদ্ধ নহয় ; পৰ্ব্বতৰ ওপৰত থানা যদি নাদ তাৰপৰা পানী কি ওলায় ? FTED TO BE ( ২৮ ) গোধন গজধন বাজিধন আওৰ ৰতন ধন খান ৷ যব আওয়ে সন্তোষ ধন সব ধন ধূল সমান ॥ মনৰ মাজত 516 সন্তোষ-ধনৰ যেতিয়া হয় উদয়, গৰু, হাতী, ঘোরা, অশেষ ৰতনো ধূলিব সমান হয় । শাকট্ সঙ্গ ন কিজিয়ে দূৰহি যাইয়ে ভাগ । তাত বাস কৰ ন পশিয়ে তঁও কুছ ন লাগে দাগ ॥ নকৰিবা কেতিয়াও পাষণ্ডৰ সঙ্গ, দেখিলেও দূৰতে পলাৱা ; নুচুবা, যদিহে হয় তাৰে সতে থকা, — তেনে হলে কলঙ্ক নে পাবা ।