সমললৈ যাওক

পৃষ্ঠা:দেশভক্ত তৰুণৰাম ফুকন.pdf/৬০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই
৪৮
দেশভক্ত তৰুণৰাম ফুকন


কৌশল আছে তাক আমি গোপনে কৰোঁ। সংগ্ৰামশীল মনোভাবৰ অৰ্থ-শৃণ্বত গোৰ মৰাই নহয়। মহাত্মা গান্ধি ব্যৱস্থাপক সভা প্ৰবেশৰ ঘোৰ বিৰোধী আছিল। কিন্তু এই বিৰোধ অলপ পিছতে তেখেতে গিলি পেলোৱা কথা কোনে নেজানে? অসমত কংগ্ৰেছ যুক্ত মন্ত্ৰী সভা স্থাপিত হোৱাৰ অলপ পিছত | এটা বহল কোঠালিত কেই জননান ডেকা; মাজৰ চকী এখনত এবাৰ বহি এবাৰ উঠি দেশভক্ত ফ কন। হাতত সামান্য কাগজ কলম। d. " কিন্তু “হাতৰ “শক্তি ঠিক ৰাখি এবাৰ উত্তেজিত মানসিক চিন্তা বাহিৰৰ বিশেষ জ্ঞান নাই। নাই মই ইচ্ছাকৃত ভুল কৰা নাই, তুল ডেকাৰেই। “সৌ ভাৰত অসম” কাগজ মেজতে থয়” আৰু দুটামান শব্দৰ টোক৷ কৰে। তৰুণৰাম ফুকনৰ” মেজৰ ওপৰত হাতৰ ভেজাত, কুমটো বহল মুখৰ পিনে চায় আৰু পিচৰ মুহূৰ্ত্ততে হাত তললৈ আহি মুষ্ঠি বান্ধা খায়, থিয় হয়, “তোমালোক ওলোৱা ময়ো ওলাইছোঁ, ওঠে মুখে এটা প্ৰতিজ্ঞাৰ, দৃঢ় প্ৰতিজ্ঞাৰ, চিহ্ন ভাহি উঠে। সেই মুহূৰ্ত্তত তেখেতৰ মন স্বচ্ছ, পৰিষ্কাৰ; কোনো সন্দেহ নাই, কোনো ভাবৰ সংঘৰ্ষই যেন তাত নাথাকে। কেন্দ্ৰীয় ব্যবস্থাপক সভাৰ নিৰ্বাচনত আৰু প্ৰাদেশিক ব্যৱস্থা পৰিষদৰ নিৰ্বাচনত ৰঙিয়াত ঘট৷ শোক লগা পৰাজয়ৰ পিছতো ফুকনৰ মানসিক উত্তেজনা, বিবেকৰ গ্লাণি ইত্যাদি নথকা বুলি যিবিলাকে ভাবিছিল, উক্ত ঘটনাই সিবিলাকৰ চকুত মেল প্ৰকৃত কথা কবলৈ গলে ইংৰাজী ১৯৩০ খুৱাব। চনৰ পৰা ১৯৩৮ চনলৈকে আঠ বছৰত ফুকনৰ মনো ৰাজ্যত নানা প্ৰকাৰ ভাৱৰ ভীষণ ধুমুহা বতাহৰ ঢৌ চলিছিল। গুৱাহাটী কংগ্ৰেছৰ পিছত বাঢ়ি অহা আৰ্থিক জঞ্জাল বহুতো প্ৰৰোচণা পূৰ্ণ কুট বুদ্ধিৰ সঙ্গী, কংগ্ৰেছ প্ৰতি পত্ৰি-কামী ডেকা কিছুমানে তেখেতৰ অপযশ কৰিবলৈ কৰ৷ হীন প্ৰচাৰ কাৰ্য্য, কংগ্ৰেছত বাঢ়ি অহা বিশৃঙ্খলতা আৰু অৰাজকতা, দেশ বাসীৰ