সমললৈ যাওক

পৃষ্ঠা:দেশভক্ত তৰুণৰাম ফুকন.pdf/১৭০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

১৫৮ দেশভক্ত তৰুণৰাম ফুকন নেতৃত্ব বিহীনে অসমবাসীয়ে প্ৰস্তুত হৈ সংগ্ৰামত যোগ দিবলৈ বৰ টান পাইছে। মহাত্মা৷ তৰুণ ফুকনৰ মৃত্যুত কেৱল অসমৰে নহয়, গোটেই ভাৰতবৰ্ষৰে অপূৰণীয় ক্ষতি। -00- তৰুণৰাম ফুকন ( 2 ) হে বীৰ 0 হে তৰুণ, জননীৰ যজ্ঞ সভা কৰিলা শুৱনি সুৰঞ্জিত আখৰেৰে সানিলা বেদীত প্ৰেম আপোন প্ৰাণৰ লিখি গলা মাতৃৰ নাম কৰচ ধ্যানৰ কাল বুৰঞ্জীত ( 2 ) কামাখ্যাৰ বুকু ভেদি উঠে প্ৰতিধ্বনি সাচি গলা অসমৰ মণি কুঠলিত প্ৰাণৰ দুলাল তুমি হে দেশভক্ত স্নেহত বিয়পি অহা স্নিগ্ধ অশ্ৰুণিৰ ( 3 ) তৰুণৰ দীপ্ত আননত মহাত্মাৰ বাণী মনোৰম সাদৰী অসম সৌন্দৰ্যৰ ৰাণী উপক্ষিতা অসম জননী ভাৰত সভাত ন্যায্য স্থান লভিলে পুনৰ সোণৰ পীৰাত