দেশভক্ত তৰুণৰাম ফুকন ভাৰতৰ ৰাজনৈতিক অচল অৱস্থা দূৰীকৰণৰ বাবে বৰলাটৰ লগত আলোচনা সম্পৰ্কে কংগ্ৰেছ ওৱাৰ্কিং কমিটিৰ কৰ্তৃক মহাত্মাজীকে বিশিষ্ট ৰাজনৈতিক পণ্ডিত সকলে সৰ্ব্ব ক্ষমতা দান কৰিছে। সংগ্ৰামৰ পৰিবৰ্ত্তে বৃটিছ গৱৰ্ণমেণ্টৰ লগত সন্মানজনক আপোষ মীমাংসাৰ জন্য গান্ধিজী আগ্ৰহে প্ৰস্তুত। বৰলাট বাহাদুৰে মহাত্মা গান্ধি আৰু বিভিন্ন দলৰ ডাঙৰ ডাঙৰ ৰাজনৈতিক নেতৃত্ববৃন্দৰ লগত আলোচনা কৰাত আপোষ - মীমাংসাত কোনে৷ আশাৰ ৰাস্তা নোহোৱাত, দেশত প্ৰৱল বেগে গুৰুতৰ পৰিস্থিতিৰ সৃষ্টি হয়। মহাত্মা গান্ধি আৰু কংগ্ৰেছ ওয়াৰ্কিং কমিটিৰ ৰাজনৈতিক বিশাৰদ পণ্ডিত সকলে সুস্পষ্ট ভাষায় খোলা-খুলিকৈ অভিমত প্ৰকাশ কৰিছে, বিমান দিন বৃটিছ শাসননীতি ভাৰতত প্ৰৱৰ্ত্তিত থাকিব, তিমান দিন সাম্প্ৰাদায়িক বাটোৱাৰ৷ দেশত ন ন গুৰুতৰ পৰিস্থিতিৰ উদ্ভৱ হৈ থাকিব, এই বিষয়ত ভাৰতে স্বৰাজ লাভ কৰা অসম্ভৱ। যদি বৃটিছ শাসক শাসীতক একবাৰ চনক লগাই মুক্তিৰ সংগ্ৰাম আৰম্ভ কৰা যায়, তেন্তে মুক্তিৰ পাছত ভাৰতৰ সকলো জটিল সমস্যাই সমাধান হব। তাত কাৰো সন্দেহ নাথাকিব। ইংৰাজী ১৯৪০ চনৰ ১৩ মাৰ্চত ভাৰতবৰ্ষৰ অন্তৰ্গত পঞ্জাৱ প্ৰদেশৰ আততায়ী মহম্মদ সিংআজাদ বিলাতত উধম সিং নামে জনাজাত। সেই দিনাই এই জন ভাৰত সন্তানে স্বাধীন দেশ গ্ৰেটবৃটনৰ প্ৰসিদ্ধ নগৰী ইংলণ্ডৰ ক্যাক্সটন হ'লৰ ইণ্ডিয়ান এচোচিয়েচনৰ সন্ধ্যাৰ এক জন সভাত চনৰ পাৱ প্ৰদেশৰ অমৃতসৰৰ জালিয়ানওয়ালাবাগৰ বীভৎস হত্যা কাণ্ডৰ সময়ৰ গঞ্জাৱৰ ভূতপূৰ্ব্ব গৱৰ্ণৰ চাৰ মাইকেল পাৰ হত্যাকাণ্ড আৰু বঙ্গদেশৰ ভুতপূৰ্ব্ব গৱৰ্ণৰ ভাৰত সচিব লৰ্ড জেটলেণ্ড, গাৱৰ ভূতপূৰ ৱৰ্ণৰ চাৰ লুইডেন, বোম্বাইৰ ভূতপূৰ্ব্ব গৱৰ্ণৰ চাৰ শেমিংটন আদি বাজ কাচাৰীৰ উন্মাদন হত্যাৰ ১৯১৯ 4
পৃষ্ঠা:দেশভক্ত তৰুণৰাম ফুকন.pdf/১৬৮
অৱয়ব