পৃষ্ঠা:দেউৰীপাৰা গাঁৱৰ ঐতিহাসিক কিছু কথা.pdf/১১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
 

উপৰ দেউৰীপাৰা ২ নং গিয়াতিৰ গৰু বাথানঃ

এইটো ২ নং গিয়াতিৰ গৰু বাথান। সময়ৰ সোঁতত ২ নং গিয়াতিৰ ৰাইজে গৰখীয়া ৰাখি গৰু চৰাবলৈ এৰাত ঠাই ডৰা এৰা হৈ আছে।

 

২৷ উপৰ দেউৰীপাৰাঃ

“শ্ৰীশ্ৰী ভগৱতী আই” থানৰ পশ্চিম দিশত পোনকৈ লক্ষ্য কৰিল কিছু দুৰৈত যিখন চুবুৰী দেখিবলৈ পোৱা যায়; সেইখনেই হ'ল উপৰ দেউৰীপাৰা চুবুৰী। নিম্ন দেউৰীপাৰা চুবুৰীটোৰ পৰা কিছু সংখ্যক পৰিয়াল এই চুবুৰীটোলৈ উঠি আহি চুবুৰী পাতিছিল যদিও বহু বছৰলৈকে একেটা গোটতে সমাজ পাতি চলি আহিছে। এই উপৰ দেউৰীপাৰা চুবুৰীটোত

দেউৰীপাৰা গাঁৱৰ ঐতিহাসিক কিছু কথা/৫