পৃষ্ঠা:দধি মথন নাট.pdf/৩৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

৯ পৃষ্ঠাৰ ১২ শাৰীৰ “যাদব” আৰু “হামু”ৰ মাজত পৰিযোৱা অংশ ৰহ ৰহ হামাকু আজ আজু পলাৱত, তুহু যাহা যাৱব...

১৫ পৃষ্ঠাৰ ৬ শাৰীৰ “দেখো” আৰু “তোহাক” ৰ মাজত যোগ কৰিব লগীয়া অংশ তোহাক নাহি বান্ধিয়ে হামু নছাৰলু দেখো।

১৯ পৃষ্ঠাৰ ৭ শাৰীৰ “দিয়ে” আৰু “বৃক্ষ”ৰ মাজত যোজনীয় অংশ বৃক্ষ দুহু উভঞ্জি পেলাৱল, মহাচণ্ড শবদে