পৃষ্ঠা:দধি মথন নাট.pdf/৩৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৬
দধি মথন।

বালক চৰিত্ৰ মাথি ভাঙ্গি দধি নাশল লৱনু ভোজন উৰল বন্ধন অৰ্জ্জুন ভঞ্জন যাত্ৰা যাৰাসব শ্ৰদ্ধায়ে শুনে শ্ৰদ্ধায়ে গাৱে শ্ৰদ্ধায়ে ভাবনা কৰব তাৰা সবৰ শ্ৰীকৃষ্ণ চৰণে নিৰ্ম্মল ভকতি বাঢ়য়। ইহা জানি কৃষ্ণৰ চৰণে মনথিৰ কৰিয়ে ডাকি নিৰন্তৰে হৰিবোল হৰিবোল। ইতি—

দধি মথন অঙ্ক। * * * *