পৃষ্ঠা:দধি মথন নাট.pdf/৩১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২২
দধি মথন।



 সূত্ৰ—। অনন্তৰ বৃক্ষ নন্দে দেখল বৃক্ষ মাজে পষিয়ে শ্ৰীকৃষ্ণ বন্ধন সহিতে উড়খল টানিয়ে আছয়। কথা নন্দ হাসিয়ে বোল— আহে ঐ মানিক পুতলি কৃষ্ণক কমন দাৰুণ কঠিন হৃদয় গৰুক পাগে উলুখলে বন্ধন কয়ল। ধন জন জীবন সবাতো অধিক ওহি কৃষ্ণক মানহু। আহেক ঐচন অৱস্থা কমনে কয়ল ওহি বৃক্ষ পৰিয়ে প্ৰাণ পুত্ৰ কৃষ্ণ খেনেকে মৰয় কিন্তু হামো কতিহোঁ প্ৰাণীক পীড়া নাহি কৰহু সোহি কাৰণে কৃষ্ণক গোসাই ৰক্ষা কৰল। আহে বাপু কৃষ্ণ তুহু হামাক আয়ুয়ে চিৰকাল জীৱ। তোহৰি সকল আপদ দূৰ গেল তোহাৰ বালাই লও। তোহাৰি জননী যশোদাক যে জানু তা কৰবো।

 সূত্ৰ —। ওহি বুলি নন্দে কৃষ্ণক বন্ধন চোৰি ধূলা জাৰি কোলে গলাত চাপি কহোঁ বদন চুম্বন কৰিতে পৰম আনন্দ বস পাৱল সব শৰীৰ সিহৰল নয়নে আনন্দ লোতক জৰয়। মোক্ষতো অধিক আনন্দ লভিয়ে ৰহল তদনন্তৰ গোৱাল সকলে কমন প্ৰকাৰে বৃক্ষ পৰল তাহেৰ তেহো নাহি জানল তাহেদখি বালক সব বোল কথা— আহে বৃদ্ধসব ওহি কৃষ্ণে মাজে উলুখল টানিয়ে বৃক্ষ উভলি পেলাৱল, হামু সবে দেখল আৱৰ অদভুত দেখল তা শুনহ। ওহি বৃক্ষ হন্তে অগনি সমান ৰূপ ধৰিয়ে দুহু দিব্য পুৰুষ বাজ হুয়া কহো কৃষ্ণক প্ৰণাম কৰিয়ে বহুতৰ স্তুতি কয়ল, শ্ৰীকৃষ্ণে আস্বাস বোলল