সূত্ৰ— ওহি বলি ৰোহিনী যশোদাক পায়ে ধৰিয়ে ক্ৰন্দন কয়ে
কহোঁ ভূমি লুটি পৰিয় ৰহল। ৰোহিণীক ঐছন কাকু
বাণী যশোদাক কৰ্ণ-গোচৰে জাৱে নাহি, কৃষ্ণক বান্ধিতে
আক্ৰোশ তেজয়ে নাহি।
( কথা)। যশোদা বোল – ওহি গোপীসবক আগু হামু আজু লাজ পাৱলু; গৰ্ব্ভক চৱালক বান্ধিতে নাহি পাৰল দেখিয়ে গোপীসব উপলম্ভ বোলব, আজু কৃষ্ণক নাহি বান্ধয়ে হাঁ ছাৰব নাহি।
সূত্ৰ— ওহি বলি যশোদা পুনু বহুতৰ জৰি যোৰায়া বান্ধিতে লাগল। ৰোহিণী সহিতে গোপীসব হাহাকাৰ কয়ে কহোঁ হৰি হৰি বুলিয়ে গালে হাত দিয়ে পুনু ক্ৰন্দন কয় ৰহল, যশোদা কৃষ্ণক উদৰে ৰজ্জু টানিতে টানিতে বহুত শ্ৰম পাৱল সকল শৰীৰ ঘৰ্ম্মিত ভেল, গাৱক বসন খসিয়ে পৰল তব বন্ধন তেজয়ে নাহি দেখি শ্ৰীকৃষ্ণ মনে বোলল।
(কথা)॥ কৃষ্ণ বোল— হামাক মায়াক ঐছন অতৰ্ক প্ৰভাব হামু অতএ মহিমা দেখাৱলু, বহু হামাক নাহি জানল। হামাক বান্ধিতে আশা কয়ে কহোঁ বহুত শ্ৰম পাৱত। হামু আপুনে বন্ধন যব নাহিলেহোঁ তব কি হামাক বান্ধিতে পাৰব? হামু ভকত বৎসল গুণে ভকতক অধীন হামাৰি ভকত জননীক মন পূৰণ কৰহুঁ।