দুহুঁ আঙ্গুল আণ্টয়ে নাহি। দেখিয়ে গোৱাৰি সবে যশেদাৰ বোলল।
কথা। গোপীসব বোল— আহে মাই যশোদে, তোহাৰি ঐচন হৃদয়, ওহি মানিক পুতলি শ্ৰীকৃষ্ণ সব গোকুলক জীবন প্ৰাণ, তোহাৰি নিজ বালক তাহেক কোন অপৰাধে অতয়ে ৰাগে গৰুৰ পাঘে উদৰে কৈছন বন্ধন কৰহ? কোন চাৰ পুৰাতন কলস খানি ভাঙ্গল, কড়া দুইক ধন হানি কয়ল। গোৱালক ঘৰে লয়নু কে পুচত? কমন হানি ভেল, আহে মাই কৃষ্ণক মহিমা নাহি জানত আতয়ে জৰি জোৰায়া বন্ধন কৰিতেছ। তব্ কি বন্ধন কৰিতে পাৰহ? অতয়ে মহিমা দেখিয়ে তথাপি জ্ঞান নাহি উপজল তবহুঁ বান্ধিতে ইচ্ছা কৰিতেছ। আহে মাই তোহাৰি পয়ৰে লাগো।
সূত্ৰ – গোপীসবক ঐচন বাণী শুনিয়ে যশোদা কোপ কৰিয়ে বোলল। কথা যশোদা বোল = অহে গোপীসব ওহি কৃষ্ণক কত অপযশ হামাকু আগু কহইছ, আজু আৰ্দ্দসক সময় নোহি হয়। হামাকু বাধা কৰিতে আৱল, অব যে বোলল তাহেক হামু সহলু; আৰ যব বোলহ তব হামাকু বাত বুজব।
সূত্ৰ – ওহি বলি যশেদা গোপীসবক তৰ্জিয়ে পুনু কৃষ্ণক বান্ধিতে লাগল দেখিয়ে ৰোহিণী বোলল॥