পৃষ্ঠা:দদাইৰ পজা.pdf/৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

কৰিছে। আমাৰ এই দক্ষিণ ভাগৰ সৈতে সম্পৰ্ক নাই। উত্তৰ ভাগৰ সৈতেহে সম্পৰ্ক। যুক্তৰাজ্যৰ উত্তৰ ৰাজ্য আৰু দক্ষিণ ৰাজ্যবোৰৰ ভিতৰতেই যুজ লাগিছিল। দক্ষিণ ৰাজ্যবোৰ দাস প্ৰথাৰ ফলীয়া উত্তৰ ৰাজ্যবোৰ এই প্ৰথাৰ বিপক্ষে আছিল। ক্যান্যাডাত দাসত্ব প্ৰথা নাছিল।

 পাতনি নবহলাঁও আশা কৰোঁ তোমালোকে আৰু অসমীয়া আন আন লৰা-ছোৱালীবিলাকে এই কিতাপ পঢ়ি ভাল পাবাহঁক।

শ্ৰীজ্ঞানদাভিৰাম বড়ুৱা।