এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই
পৰিশিষ্ট ve
শৰাইঘাট নাই, কিন্তু শৰাইথাট আছে। ১৯৫৬ চনৰ ২৫ ফেব্ৰুৱাৰী, ১৮৭৭ শকৰ ১২ ফাগুন তাৰিখে জীজীত বহা লাচিত মেলাৰ মূললভাৰ অধিবেশনত সভাপতিৰূপে দিয়া 'অভিভাষণ ৷ ইয়াৰ কিছু অংশ ডাক্তৰ ভূপেন্দ্ৰকুমাব হাজৰিকা সম্পাদিত আলোচনী “গতি”ৰ প্রথম প্রকাশ, ১৯৫৭ চন, শৰত সংখ্যাত প্রকাশিত হৈছিল। এই প্ৰৱন্ধৰ অন্তভূক্ত Zor সংলগ্ন ঘটনারলী ভালকৈ জানিবলৈ হলে, সেনাপতি লাচিত বৰফুকন আকু ৰাজমন্ত্ৰী আতন বুঢ়াগোহীই ডাঙ্গৰীয়াৰ বিষয়ে লিখকৰ দুখনি ইংৰাজী গ্রন্থ পঢ়িলে সহায় হব।