সমললৈ যাওক

পৃষ্ঠা:ত্ৰিপদী.pdf/১৬৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

শৰাইঘাট নাই, কিন্তু শৰাইঘাট আছে ৮৩ মীমাংসা কৰিব লাগিব। দেশৰ কামত উদ্ভনহীনতা, স্বাৰ্থসিদ্ধি, আৰু প্রলোভনৰ চেকা পৰিলে কাঠৰ সেই ক্ষুদ্ৰ টিপচী চৰাই ছুটিয়ে বিয়াগম পক্ষীৰ ৰূপ ধৰি আমাৰ লাওখোল৷ খুটিয়াই খুলি-খুলি খাব ৷

১৯৪৬ চনৰ ফেব্ৰুৱাৰীৰ ২৪ তাবিখে বহ| জাজীব লাচিত মেলাৰ মূলসভাৰ অধিবেশনৰ সভাপতিৰ অভিভাষণ।

ইতি “faa” wate!