সমললৈ যাওক

পৃষ্ঠা:ত্ৰিপদী.pdf/১৬৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

শৰাইঘাট নাই, কিন্ত শবাইবাট আছে ৮১

নায়কৰ অভাবত কেতিয়াবা সেই গুণবোৰ তল পৰে, তেতিয়া নীচ প্রবৃত্ভিবোবে হৃদয় অন্ধকাৰ কবি থয়, আৰু তাৰপৰা দেশৰ অনিষ্ট সাধন হয়। কিন্তু লাচিত ববফুকনৰ ব্যক্তিত্বৰ বিশেষত্ব এই যে চাৰিবছৰ বি তেওঁ সদৌ অসমীয়া জাতিকে উৎকর্মৰ অতি উচ্চ fifo তুলি থব পীবিছিল, আক এক মুহূৰ্ত্তৰ কাৰণেও তেওঁ সেই শৃঙ্গৰ পবা অসমীয়াক নামিবলৈ দিয়া নাছিল। সেইদেখিহে ভাবত-বিজয়ী পৰাক্ৰমী মোগলৰ হাতব- পবা! অসমীয়াই গুৱাহাটী strat উদ্ধাৰ কৰিব পাৰিছিল, আক দুনাই cata মোগল আক্ৰমণৰ পবা নিজৰ বাজ্য Trl কৰিব পাৰিছিল। এই চিৰসমুজ্জ্ৰল শুভ্ৰতুষাৰ-মণ্ডিত গিবি- শৃঙ্গৰ ছবি অসমীয়াৰ চিত্তত যেন চিবকাল অঙ্কিত হৈ থাকে এয়ে কামনা ৷

গুৱাহাটীৰ উত্তৰে চিল পৰ্ব্বত আৰু লঠিয়া THO, তাৰ পশ্চিমে আগিয়াঠুৰী পর্ববত, তাঁৰ পশ্চিমে, লুইতৰ পাবৰ পৰা হাঁজো পর্যন্ত TSS মুকলি পথাৰ। এই খণ্ডৰ মাজত বাঁমসিংহৰ সৈন্যই তামিঘবা বান্ধি যুদ্ধৰ কাৰণে তৈয়াৰ হৈ আছিল। পৰ্বতৰ ওপবত উঠি বামসিংহৰ সৈন্য-শিবিবৰ ফালে সকলোৱে চাই বুজিলে, অসংখ্য সৈন্য আহিছে অসমক ধ্বংস কৰিবলৈ ৷ লাচিতে নিজেও চালে,--সেই একে দৃশ্য ! এই দৃশ্য দেখি ফুকনে চকুলো| টুকিবলৈ ধৰিলে, বোলে, ‘মই ফুকনৰ দিনত এনে দশা হল! মোৰ বজা বঙ্গ হব কেনেকৈ, বাইজ ৰক্ষা হব কেনেকৈ ? পাচলৈ বাঁ বক্ষা হব কেনেকৈ ? ইয়াৰ অলপ পাঁচত মন স্থিৰ কৰি সুস্থ হৈ সৈশ্যব পালি ফুৰি ফুকন