শবাইঘাট নাই, কিন্তু শৰাইঘাট আছে ৬৯
বাঁদসিংহ হৈছে মোগলব ভৃত্য ছত্রহীন বজা ৷ মই কেলৈ এনে শুদা মানুহৰ লগত বুজ কৰিম ?
ৰামসিংহই কলে,_-মৌক গুৱাহাটী এবি দিয়া, com লোকক যি লাগে তাকে দিম ৷৷ অসমীয়াই কলে,--ৰামসিংহই গুৱাহাটী খুজিছে, আমি গুৱাহাটী এবি কলৈ যাম ? গুৱাহাটা এবি দিলে, আমি গড়গারলৈ উভতি যাব লাগিব। পাচলৈ আমি গড়গাৱেঁ৷ এবিব লাগিব । অৱশেষত, গড়গাওঁ এবি নামৰূপলৈ যাব লাগিব । এতেকে আমি গুৱাহাটা এবি দিব নোৱাৰে!” ৷
এইদৰে মোগলী ফন্দিবে নোৱাৰি বজা বামসিংহই ব্ৰহ্মপুত্ৰ পাব হৈ গুৱাহাটীৰ গড় লবলৈ চেষ্টা কবিলে। মোগলৰ নাও উজাই আহি ক্রমে কামাখ্যাৰ আমৰাজুৰি ঘাট পালেহি ৷ লাচিতৰ তেতিয়া ভীষণ জ্বৰ । সেই জ্বৰৰ গাৰে নাও মেলি দিলে, বঙ্গালৰ নাৱৰ পোনে ৷ নাৱত উঠি লাচিতে বজনাদেবে চিঞৰি ক’লে,-অসমীয়া ৰণুৱাসকল, মই বুজিহে মবিম। for পর্ববতব ওপৰত এচপবা মাটি কিনি থৈছোঁ, তাতে মোৰ শটো পুতি থবা, নাইবা মোক বঙ্গালে ধৰি লৈ যাওক, তোমা- লোকে স্থখেবে ঘৰলৈ উভতি যোৱা ৷ লাচিতৰ এই মৃত্যুপণ শুনি অসমীয়াৰ গালৈ তেজ আহিল ৷ বঙ্গালৰ নাৱলৈ অসমীয়া নাও খেদি গল। তাৰ পাচত তয়ানয়া কটা-কটি বণ ৷ মানুহৰ শৱ লুইতৰ পানীত জীজিৰ দবে উটি যাবলৈ ধৰিলে । বঙ্গাল বিভঙ্গ হৈ পলাল ৷
যাবৰ সময়ত বামসিংহ'ই কৈ গল,-_ধন্য বাজা, ধন্য মন্ত্রী ধন্য সেনাপতি, ধন্য সেনা! অকল এজন মানুহে সকলো সৈন্য