সমললৈ যাওক

পৃষ্ঠা:ত্ৰিপদী.pdf/১৫০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

৬৮ fara

আগতে পিন্ধি দেখুৱাওক ৷’ অসমৰ স্বৰ্গদেৱ পাত্র-সন্ত্রীয়ে এই কথা শুনি গঞ্জি উঠি কলে, ‘বঙ্গালৰ অধীনত থকাতকৈ মৰি যোৱাহে ভাল ৷

গুৱাহাটী তেতিয়া মোগলৰ তলত, স্বৰ্গদেৱে পাত্ৰ-মন্ধীক কলে, ‘মোক গুৱাহাটাখন লৈ দেহক ৷” পাত্রমন্ত্রীয়ে কলে,__ গুৱাহাটী লৈ দিম, কিন্তু এতিয়া ota পৰ হোৱ| নাই। সৈন্য গোটাব লাগিব, তাক ভালৰূপে শিক্ষা দিব লাগিব, চাউলপাত, অন্ত-শস্ত, নাওনাৱবা ভালকৈ ভবালত থব লাগিব, তেহে বঙ্গালক বুজিব পাৰিম | এইদৰে যুদ্ধৰ সকলো আয়োজন হল। অসমীয়াই মোগলক staf গুৱাহাটীৰ পবা খেদিলে। গুৱাহাটী কামৰূপ পুনৰ অসমব হল। স্বৰ্গদেৱে কালে_ ‘মই এতিয়াহে স্থখেৰে ভাত এগৰাহ খাব পাঁবিম ৷

অসমে গুৱাহাটী লোৱা বাৰ্ত্তা শুনি আওৰংজেব পাদশ্যাহৰ চকুত টোপনি নহা হল। বাজপুত বজা বাঁমসিংহক পঠিয়ালে অসমক মাৰিবৰ কাবণে। ৰামসিংহই কটকী পঠাই কলে,_ ভাই লাচিত, আমাৰ লগত যুজ কবিব পাৰিবা জানো? এই এটোপোলা আকুগুটি পঠিয়ালো,--ইয়াত ষিমান গুটি, আমাৰ সৈন্যৰ সংখ্যাও তিমান।”: লাচিতে উত্তৰ দিলে,_-“আফুগুটি পঠিয়াইছা, পটাত পিহিলে পানী হব। মই এচুঙা বালি পঠিয়ালে৷ আমাৰ সৈন্যৰ এনয় লক্ষণ |”

কথা যুদ্ধেৰে বলে নোৱাবি বামসিংহে কলে,--“অসমৰ বজাটোৰে সৈতে এবাৰ নিজে হতাহতি যুজ কৰোঁ| দিয়| ৷ অসমব বজাই উত্তৰ দিলে, বোলে,--‘মই ছত্ৰধাৰী স্বাধীন বজা,