সমললৈ যাওক

পৃষ্ঠা:ত্ৰিপদী.pdf/১৪৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

শবাইঘাট নাই, কিন্তু শবাইঘাট আছে ৬৭

gente দমনব আৱশ্যকতা, শিক্ষা বিষয়ক বিবিধ প্রশ্ন, বর্ণ বৈষম্য দূবীকবণব প্রয়োজন, আক শীসনকাধ্যব Bots সম্পাদন, এনে ধবণৰ সমস্যা চিৰকাল অসমৰ গাত লম্তি আছে আক লম্তি থাকিব, আৰু এক শ্রেণীৰ সমস্তাৰ সমাধান হলে আন শ্ৰেণীৰ সমস্যাই মূৰ দাঙ্গি উঠিব। এয়ে হৈছে অসমৰ জাতীয় জীৱনৰ চিবন্তন পটভূমি । এই সমস্যাবোৰৰ ভালৰূপে সমাধান নহলে অসমৰ অস্তিত্ব লৈ টনাটনি হব ৷ লাচিত বৰফুকন মহাবীৰ আৰু তেওঁৰ লগৰ মহাবধীসকলে ঘি মনোবৃত্তি আৰু একাএ্র দেশ- প্রেমেবে সেইকালব সমস্যাৰ সমাধান কৰিছিল সেই মনোবৃত্তি আৰু একাগ্র দেশপ্রেম আমাৰ প্রতি মুহূর্তে আৱশ্যক। অসমীয়াই যাতে এই ডাঙ্গৰ কথাটো হৃদয়ঙ্গম কৰিব পাবে, যাতে অসনীয়াব প্রতি-প্রাণে শৰাইঘাটৰ আদর্শ কাৰ্য্যকৰী হৈ শিপা মেলিব পাৰে, সেইহে বছেবেকীয়া লাচিত মেলাৰ উদ্দেশ্য । এই উদ্দেশ্য সিদ্ধি হলে লাচিত মেলাৰ উদ্দেশ্য সিদ্ধি হব ৷ ‘লেফ্ট উই ফর্গেট” কি জানিবা আমি tect, এই নামৰ স্ুপ্রসিদ্ধ ইংৰাজী কবিতা এটি আছে। শবাইঘাঁটৰ আদর্শ কি জানিবা আমি পাহর্বো! তাক নাপাহবিবব নিমিত্তে এই বছেৰেকীয়া লাচিত মেলাৰ ব্যৱস্থা কবি উচ্োক্তীসকলে অসমীয়া জাতিৰ পৰম উপকাৰ সাধিছে। বাইজে তেওঁলোকক আশীৰ্ববাদ দিয়ক যাতে লাচিত মেলাৰ উদ্দেশ্ঠ সম্পূর্ণ সিদ্ধি হয়।

মোগলে কলে,_হেব অসমীয়া ! তহঁতে টক! হাতী কৰ দিম বুলি কৈছিলি, এতিয়া সম্পূৰ্ণ কৈ শোধাই দে, আৰু ইয়াব লগতে চোলা-জীমা পঠিয়ালোঁ, তহঁতৰ ৰজাই আমাৰ উকীলৰ