সমললৈ যাওক

পৃষ্ঠা:ত্ৰিপদী.pdf/১৪১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

অসমীয়া সাহিত্য আৰু কৃপ্ট ৫৯

জীবিত গ্রন্থকীবসকলব, আৰু পাৰিলে অতীতৰ গ্ৰন্থকাৰ- সকলবো চমু dete থকা এখনি গ্রন্থ বা “হ-ইজংহু” সংকলন আক প্রকাশব ভাৰ সাহিত্য সভাই লব পাবে |

ইয়াৰ বাহিবেও, ফকব| সংগ্রহ, পুৰণি গীত-মাত সংগ্রহ, জিকিব সংগ্রহ, সাধুকথা সংগ্রহ, পুথি সংগ্রহ, চন্দ্ৰকান্ত অভিধানৰ সংশোধনী আক পবিবদ্ধনী সংকলন আৰু প্রকাশ, __এইবোব আক এনে ধৰণৰ অন্যান্য কাম সাহিত্য সভাৰ চলন্তি কামৰ ভিতৰতে ধৰিব পাঁবি। পৰিকল্পনাৰ সংখ্যা ধন আক কৰ্ম্মা, আৰু সম্পাদনৰ সম্ভাৱনাৰ দ্বাৰা সীমাবদ্ধ হোৱা উচিত। পোনতে কিছু কাম হাতত লৈ সম্পূৰ্ণ কৰি পাচলৈ আন কাম হাতত লব পৰা যাব, তেনেহলে আমাৰ অভিজ্ঞতাও বাঢ়িব আৰু বাইজবো বিশ্বাস অৰ্জ্জন কৰিব পাবিম। পৰিকল্পনাৰ প্রাচুধ্যত কোনো গৌৰৱ নাই; গৌৰৱ আছে তাকবীয়াকৈ হলেও তাক নিখুতভাৱে সম্পাদন কৰি তোলাতহে। এশ coil বৰগছৰ পুলি কই তাক WARS মবিবলৈ দিয়াতকৈ এজোপা বকুলৰ পুলি প্রতিপাল কবি তাক জীয়াই বাঁধি ফলে-ফুলে জাতিষ্কাব কৰি তোলাটোহে বেচি কৃতিত্বৰ কথা ।

সারশেহত, এটা প্রশ্নৰ সমিধান বিচাৰি মই আপোনালোকৰ পবা বিদায় লম। সাহিত্যসেবী অসমীয়া আৰু অসমীয়াৰ বন্ধু-সজ্জনেৰে আজিব স্ুবীসমাজ পৰিপূৰ্ণ হৈছে। এনে সমাজব সন্মুখীন হৈ কথা কবলৈ পোৱাটো সৌভাগ্য বুলি ভাবিব পাঁবি। সেইদেখি মই আপোনালোক সকলোকে এই