সমললৈ যাওক

পৃষ্ঠা:ত্ৰিপদী.pdf/১৪০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

ty তরিপদী

পাত্র হোৱাটো স্বাভাৱিক প্রাচীন অসমীয়া সাহিত্যৰ বৈজ্ঞা- নিক আলোচনা সম্বন্ধে গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধ্যাপকসকলে কাম হাতত লৈছে, আক কিছু কাম সম্পন্নও কবিছে, আৰু গাইগুটীয়৷ হিচাবে অন্যান্য পণ্ডিতেও এই কামত আগ বাঢ়িছে। নলবাৰী নিবাসী Age হৰিনাবায়ণ দত্তবকৱাদেৱে বামায়ণ, মহাভাবত, ভাগৱত আৰু অন্যান্য বৈষ্ণৱ সাহিত্য প্রকাশব fats চেফ্টাত fie হৈ অসমীয়া জাতিক চিবঞ্চনী কবিছে। এনে স্থলত অসম সাহিত্য সভাৰ ওপৰত পবা ভাব বহু পৰিমাণে স্থচল আৰু লঘু হৈ আছে।

তথাপিও আমি কওঁ যে সাহিত্য সভাই সগ্ভহতে তলত লিখ! কামখিনি হাতত লব পাৰে I—

অসমীয়া ভাষাত প্রকাশিত সকলো! আলোচনী আক বাতৰি কাকত গোটাই কোনো ঠাইত একেলগ কবি থোবাব ব্যৱস্থা কবিব লাগে, কাবণ বৰ্ত্তমান যুগত অসমীয়াৰ সাহিত্যিক প্রতিভা ঘাইকৈ সাময়িক কাকততে লুকীই-সোমাই আছে।

অসমীয়া ভাবাত প্রকাশিত প্রাচীন আৰু আধুনিক গ্ৰন্থৰ এখন সম্পূর্ণ তালিকা সাহিত্য সভাই বুগুত কবি উলিওৱা উচিত। তেনে এটি চেষ্টা আগেয়ে কৰা হৈছিল বুলি আমি জানো |

প্রাচীন গ্রন্থকাৰসকলৰ প্রায় প্রতিজনে স্বৰচিত গ্রন্থৰ আদিতে, মাজতে বা শেহব কালে, নিজৰ পবিচয় দি গৈছে। সেইবোৰ ভণিতা একেলগে গোটাব পাৰিলে তাৰ পবা অসমীয়া সাহিত্যৰ ধাবা বিশ্বীসযোগ্যভারে নিৰূপণ কবাৰ বিশেষ সম্বল হব।