অসমীয়া সাহিত্য আক কুষ্টি ae পাৰিলেই কবিৰ উদ্দেশ্যই সিদ্ধি লাভ কৰিব। নতুন যুগৰ ডেকাদলৰ মনোৰ্বভ্বিলৈ চালে এনে অনুমান হয় যেন তেওঁ- লোকৰ চিত্তক বিচিত্র আদর্শবাদে আন্দোলিত কৰিছে, আক সত্য অন্বেবণৰ ফালে তেওঁলোকৰ মন উধাও হৈছে। এই afro সাহিত্যৰ চিৰপ্রভাব সহায় বিশেষ লাগতিয়াল হৈ পৰিছে।
কিন্তু অসনীয়া সাহিত্যৰ উন্নতিৰ বাটত প্রধান প্রতিবন্ধক
হৈছে অসমীয়া পাঠক-পাঠিকাৰ সংখ্যা তেনেই তাকৰ । কোনোবাই খবচ কৰি সাধাৰণৰ মনোৰঞ্জক কিতাপ ছপালে সেই কিতাপ বিক্রী কৰি লিখকে en খবচখিনি উলিয়াব পাবে, আক হয়তো লিখকে ছুপয়চা লাভো কৰিব পাৰে | কিন্তু গবেষণাপূৰ্ণ উচ্চ ধৰণৰ কিতাপ বিক্ৰী কৰাটো অতি টান, তেনে ধবণব কিতাপ উলিয়াবলৈ এন্ুকাৰ আৰু প্রকাশক দুয়ো সাতবাৰ ভাবিব লগাত পবে। তাৰ ফলত অনেক মূল্যবান অসমীয়া কিতাপ হাতে-লিখা অৱস্থাত এনেয়ে পৰি আছে। অনেক কিতাপ সেই অৱস্থাত লোপ পাইছে। যাতে এই মুল্যবান গ্রন্থৰোৰ প্রকাশ কৰিব পাৰি তাৰ কাৰণে সাহিত্য সভাৰ এটা শকত ধনব পুঁজি থকাটো বাঞ্ছনীয় |
ভাৰতৰ সংবিধান মতে পোন্ধৰ বছৰৰ মূৰত হিন্দী ভাষা ভাবতৰ চৰকাৰী ভাষাবপে পৰিগণিত হব লাগিব। তাৰ কাবণে হিন্দী ভাষা শিকোৱাৰ ব্যৱস্থা সকলো ঠাইতে কৰা হৈছে আক তাৰ অর্থে চবকাঁবব বব পবাও অথ সাহায্য . দিয়া হৈছে। হিন্দী ভাষাৰ প্রচাবৰ ফলত ভাৰতৰ বিভিন্ন