সমললৈ যাওক

পৃষ্ঠা:ত্ৰিপদী.pdf/১২৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

to ত্ৰিপদী “অসমত এনে এজন বহুমুখী প্রতিভাসম্পন্ন সন্তপুকধ আৰু সমাজ-সংস্কাবক জন্মিছিল, তেওঁৰ বিষয়ে ভাৰতীয়ই একো নাজানে, এইটো বৰ দুখৰ কথা ।” এইদৰে অসম বুৰঞ্জীৰ চকুত - লগা ঘটনাৰ অলপ মাত্র আভাস পাই ভাবতীয় পণ্ডিতসকলে ‘অনুৰূপ মন্তব্য ব্যক্ত কৰিছে,-_“অমুকৰ বিষয়ে বা অমুক ঘটনাব বিবয়ে আমাক আৰু কওক ৷” তেওঁলোকে শুনিছে,-_ অসমৰ ঘবে-ববে বোৱনী শিপিনী, অসমীয়া তিকতাব কৰ্ম্মকুশলতা, আৰু অস্পৃশ্যতা মহাব্যাধিব মাবাত্মক আক্ৰমণৰ পবা অসমৰ প্রকাৰান্তবে নিদ্ধৃতি। অসমৰ বিষয়ে সকলে| কথা জানিবলৈ ভাবতীয়সকল আজি গএহণোন্মুখ হৈ আছে। এয়ে হৈছে অসমীয়াৰ পক্ষে সোণালি স্ুযোগ ৷ বৈষ্ণৱ ধৰ্ম্মৰ বিস্তৃতিৰ যুগত যেনেকৈ উভৈনদী এন্থ ওলোঁৱাত মানুহৰ মাজত উচ্চ আদর্শ প্রচাবিত হৈছিল, এতিয়াও অসমীয় কৃঠি সভ্যতা জাতীয় আৰু সামাজিক জীৱনব বিষয়ে অবিবত গ্ৰন্থ একাশিত হলে অসমীয়াৰ কপালত ঘটা চিৰ অৱজ্ঞাৰ ঠাইত অপূৰ্ব সম্ৰম আৰু মন্যাদাই দেখা দিব, ই ধুৰুপ । at কথা যে ভাৰতীয় সাহিত্যৰ কাৰণে স্বাধীন চৰকাৰেও যথেষ্ট মনোযোগ দিবলৈ ধৰিছে। দুখীয়া সাহিত্যিকক বৃত্ত দি সহায় কবাব ব্যৱস্থা ভাৰত গৱৰ্ণমেণ্টে হ৷তত লৈছে, সেই বৃত্তিৰ কাৰণে অসমব পৰা ৫৪ জন প্রার্থীয়ে আবেদন কৰিছে। Sgt, বিহীব আঁক উত্তব-প্রদেশব গৱৰ্ণমেণ্টে সাহিত্যিকক সহায় কবিবলৈ আগ বাঢ়িছে। পশ্চিম-বঙ্গৰ গৱৰ্ণমেণ্টে বছৰত ‘ওলোৱা সৰ্ব্বোৎকৃষ্ট গ্রন্থৰ লিধকক পুৰদ্ধাৰ দিয়াৰ দিহা