সমললৈ যাওক

পৃষ্ঠা:ত্ৰিপদী.pdf/১২২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

অসমীয়া সাহিত্য আৰু কি ৪৭

সেই মনোৰ্ত্তি আক দেশপ্ৰেমৰ gets অদদীরাব অতীত কাহিনীত অগণন ভাবে সি'চৰতি হৈ পৰি আছে ।

বুৰঞ্জীৰ বাহিবেও এইবোবব বিষয়ে বজীঘবৰ কাৰণে কিতাপ বুগুত হৈছিল,_বাঁজচ'বাব নিয়মাৱলী, বিষয়াসকলৰ মধ্যাদাৰ তাৰতম্য, আহোমৰ নানা ফৈদৰ বিৱৰণ, বজাই বিয়া কবা কন্যাৰ বংশৰ পবিচয়, গড় আক দুৰ্গ নিৰ্ম্মাণৰ ব্যৱস্থা, বজাৰ নগৰ আৰু পুখুৰী দেৱালয় সজাৰ ব্যৱস্থা, ঘোবাৰ প্রকাৰ আৰু চিকিৎসা, হস্তীৰ ব্যাধি আক চিকিতসা, শেনব ব্যাধি আৰু চিকিৎসা, ৰজাৰ আগত দেখুউৱা খেল-ধেমালি। খামটি ভাষাত fast প্রাচীন দণ্ডবিধি এখন দুমাহমানৰ পূৰ্বেৰ আমাৰ দেখাৰ সৌভাগ্য ঘটিছিল। বানপানী, ভূইকঁপ, অগ্নিকাণ্ড, উই আদিৰ উপদ্রব আকু মান-মৰাণৰ বিপ্লৱত যে আমাৰ কিমান গ্রন্থ লোপ পালে তাৰ ইয়ত্ত৷ নাই। wis বাহিৰেও ইউৰোপৰ নানান গ্রন্থশীলাত ‘অসমীয়া পুথি ভালেমান সংৰক্ষিত হৈছে। অসমৰ বুৰঞ্জী আক পুৰাতন্ব বিভাগে বৃটিছ মিউজিয়মৰ পৰা ‘ত্ৰিপুৰা বুৰঞ্জী’ পুথি আক ধৰ্ম্মপুৰাণ'ৰ ফটোকেট কপি যুগুত কৰি আনিছে। এই মিউজিয়মতে বাবৰস্বন্ধ ভাগৱতৰ এখন পুথি আছে। কৌচবিহাব বাজভবালতে। ভালেমান অসমীয়া পুথি সংৰক্ষিত হৈছে। বিদেশী এন্থালয়ত থকা পুথিবোৰ ক্ৰমান্বয়ে গোটাবৰ সময় হল।

এতিয়া যিবোৰ প্রাচীন গ্রন্থ পোৱা যায় তাৰ সস্তেদ ললে সকলোৱে বুজিব পাৰিব যে বিষয়-বস্তুৰ Bead ate বহুমুখী সৌষ্ঠৱত জগতৰ অতি কন সাহিত্যইহে অসমীয়া সাহিত্যক চেৰ