সমললৈ যাওক

পৃষ্ঠা:ত্ৰিপদী.pdf/১১৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

ধুমূহাৰ পাছত ৪৯

আজি ৰাতিপুৱা

আমি তোমাৰ কথ। শুনি বৰ আনন্দ পাইছে ॥ তোমাৰ ভৱিষ্যত জীৱন পৰিপূর্ণতাৰ বাটেদি আগ বাঢ়ি যোৱাৰ পূৰ্ব্ব লক্ষণ At গৈছে। আশীৰ্ব্বাদ কৰো, তোমাৰ জীৱনৰ উদ্দেশ্য সফল হওক |

অজয়ে প্রশংসা কৰা শুনি অলপ লজ্জিত হৈ কলে--পৰি “TAS লাভ কৰাটে| বৰ BAR কথা । মোৰ এই কাৰণেই মাথে| সান্থনা যে" মই মোৰ জীৱনৰ পথ ঠিক কৰিবলৈ অলপ প্ৰেৰণা পালো। এনেতে বৰুৱানী ওলাই আহিল। তেওঁ কলে, অ অজয় বোপা ভালনে তোমাৰ ?

যোরাগেন অলপ চাহৰ যোগাৰ কৰাগৈ বৰুৱাই কলে। “বাক” ঝুলি বৰুৱানী ভিতৰলৈ সোমাই গ’ল। “বোপা, মোৰ এটা কথা আছে।” “কিনো কথা ব|”। এনেতে চাহ লৈ আহিল। ‘ বৰুৱানীয়ে অঙ্তয়ৰ আগৰ মেজতে চাহ আৰু পিঠা দুখনমান থৈ কলে “চাহ খোৱা বোপা”।

মোৰ, কথ এইটিয়েই বোপা ৷ তুমি মোৰ ইন্দুক জানাই। আমি ইচ্ছা কৰে| তুমিয়েই তাইৰ দায়ীহ গ্রহণ কৰি আমাক সুখী কৰিব৷! ।

এটা পুলক শিহৰণ অজয়ৰ গাৰ মাজেদি বৈ গ'ল। বৰুৱানীয়ে কলে--আমি আজি বহুত দিনৰে পৰা তোমাৰ কথাকেই ভাবি আছে?