সমললৈ যাওক

পৃষ্ঠা:তেজত শব্দৰ হৈ চৈ‍.pdf/৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
 

যেনেকৈ চতফটাইছিল মায়ে
মোৰ
জন্মৰ যন্ত্ৰণাত
তেনেকৈ
ময়ো চতফটাই আছো
কবিতাৰ বেদনাত!!
কবিতা এটা জন্ম হ'লে
জোনাক সৰে
মোৰ
আন্ধাৰ কোঠাত’.......