পৃষ্ঠা:তুলসী চৰিত্ৰ.djvu/৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

(৪)


দ্বিজ ভগিৰথে পদ ভনে অনুসৰি।
নিৰন্তৰে নৰে ডাকি বোলা হৰি হৰি।

ঝুমুৰি।

তুমি ব্ৰহ্মা হৰি হৰ,

ত্ৰিদশ দেৱতা মানে,
দি পদ্ম কৰি সাৰ,
পৃথিবী কম্পায় ডৰে,
পঠাওঁক দেৱ ৰাজ,
চন্দ্ৰ সূৰ্য্য যত দেৱ,
কুবেৰৰ কোন ৰাজ,
দেৱগণ কায় মনে,
আমাৰ সহায় কেৱ,
তুমি প্ৰভূ দৰ্প হাৰী,
তুমি যেন দয়া কৰা,
শুনিয়া ব্ৰহ্মাৰ বাণী,
শুনা ব্ৰহ্মা মোৰ বাক,
হৰিষ কৰিয়া মনে,

ইন্দ্ৰ দেৱ জল কৰ,

আয়াসিছে তযু স্থানে
শঙ্খ নামে দুৰাচাৰ,
তাক মাৰি যম ঘৰে,
তেবেসে সিজিবে কায।
চাৰিলা আমাৰ সেৱ,
চাৰি সবে ৰাজ কায.
তোমাত দিলোহেঁ জান,
নাহি তুমি বিনে দেৱ
পেলায়ে অসুৰ মাৰি,
আমাৰ বচন ধৰা,
হাঁসি বোলে পদ্ম পানী,
পৰম আনন্দে থাক,
চলি যায়ো দেৱগণে