মুনিৰ পাথৰময় মূৰ্ত্তি দান কৰি বাহিৰলৈ আহি কুণ্ডৰ পাৰত
খিচিৰি ৰান্ধি খাই পৰমানন্দে যা জীবিলাক বিদায় হয় । এই
গাশ্ৰমৰ ভিতৰতে কুত্তৰ পূবকালে প্রায় ১ মাইলমান দূৰত
জঙ্গলৰ মাজত পর্বতের গুড়িত বশিষ্ঠ মুনিৰ প্ৰিয়ভাৰ্য্যা অৰু-
কৃতাৰ আশ্ৰম আছে । তাঃ ! মধিৰ তপোবনত সেই অপূর্বর
আশ্রমখনি দেখিলে পূর্বকালন ঋষিসকলে নে! কেনে পূঁজা
বং আশ্রম সাঁজি উৎপাদনত থাকি তপস্থা কৰিছিল তাৰ
এটা মনত ধাৰণা নে । যি সকল তীর্থযাত্রী কামাখ্যা দর্শন
কৰিবলৈ আহে, আমি তেওঁলোকক অনুৰোধ কৰো, তেওঁ-
লোকে দেন কেশিয়াও বশিষ্ঠাশ্ৰম নোচোৱাকৈ ঘৰলৈ নিফিৰে ।
বশিষ্ঠাশ্ৰমলৈ যাব লাগিলে থোৱা বস্তু গুৱাহাটীৰপৰা কিনি
নিব লাগে । তাত একো পোৱা নাযায় ।
৪। অক্ষাক্রান্ত বা অশ্বক্লান্ত তীর্থ
গুৱাহাটীৰ ঠিক উত্তৰে ব্ৰহ্মপুত্ৰ নদৰ পাৰত এই
“অশ্বাক্রান্ত” বা “অশ্বক্লান্ত” তার্থ আছে । এই মহাতীর্থ
সম্বন্ধে শাস্ত্ৰৰ ৰচন এই যে "অশ্বাক্রান্ত সমোতীর্থ, নাস্তি ব্রহ্মা
মণ্ডলে ।” ভাৰতৰ যত তীৰ্থত স্নান কৰিলে৷, তাৰ সকলো
তীৰ্থত স্নান কৰাৰ আগেয়ে সেই তীৰ্থৰ মাটী গাত ঘঁহি লৈ
এই মন্ত্রটী পাঠ কৰিছে পাছে স্নান কৰায় ; যথা --- “তাম্রাক্রান্তে
ৰধাক্রান্তে, বিষ্ণুকাছে বসুন্ধৰে । মৃত্তিকে হৰমে পাপ
পৃষ্ঠা:তীৰ্থ-কাহিনী.pdf/১৬
অৱয়ব
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই
১০
তীর্থ-কাহিনী