পৃষ্ঠা:তাৰা.pdf/৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই
তাৰা

চবিত্ৰ মুনিহ সিংহ জয় পুৰৰ ৰজা। পালিত তাৰাৰ স্বামী। ৰপতি সৰু ৰাণীৰ ভায়েক। বিক্ৰমজিং ভল বেশী নিৰ্বাসিত সেনাপতি। জসিংহ অজয় সিংহৰ ভীলবেশী পুতেক বিজয়সিংহ গুৰুদয়াল পালিতৰ বন্ধু। দিলাৰখ। গুৰুদয়ালৰ বন্ধু! ৰামসিংহ দিল্লীৰ সেনাপতি। পালিত বিশ্বাসী ভৃত্য চন্দন দূত, বিষয়াসকল, কাৰৰক্ষী, সেনাবিলাক, ভীল বালকবিলাক, সৈন্য ৰক্ষ, মন্ত্ৰী, ভৃত্য, বৈদ্য। } তিৰোতা তাৰ অজয়সিংহৰ কন্যা। ৰাণী অজয়সিংহৰ দ্বিতীয় পক্ষৰ ঘৈণীয়েক। লিগিৰী, নাচনীয়াৰসকল, ভীল বালিকাবিলাক।