পৃষ্ঠা:তাৰা.pdf/৭৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই
৭৫
৭৫
তাৰা

তাৰ জয় - পুতি থম? এনে সুন্দৰ দেহ বাৰু কোন সতে পুতি থম! বাৰু বিজয়, সেই নিজৰাৰ পাৰৰ ঠাই ডুখৰিত-ৰত অমিয়ৰ মুখৰ দৰে ৰূপই ফুলবোৰ ফুলি আছে, যত অমিয়ৰ গীতৰ দৰে পখীবোৰ সদায় প্ৰাণবিমোহিনী গান গাই থাকে, আই। তাতে গৈ এই সুন্দৰ দেহটো ফুলেৰে সজাই থওঁগৈ। বিজয় -আহ দাদা, তেওঁৰ আত্মাৰ মঙ্গলৰ অৰ্থে গীত গাই গাই সেই ঠাই ডুখৰিতে শুৱাই থওঁগৈ। বিজয় – —গীত— সুৰ-ভৈৰবী মিশ্ৰ অমিয়! অমিয়! প্ৰাণৰ! অমিয় কেনি যোৱা এনে বেশেৰে। অত ভাল পোৱা প্ৰাণৰ হেপাহ এৰিল। কোনটা সতেৰে। ধুনীয়া শৰীৰ, ৰূপৰ মাধুৰী দেখি মোৰ মন সদ। বিয়াকুল। সোণৰ প্ৰতিমা দেখোতে দেখোতে, কালৰ সোঁতত পৰি তল গল : লৰ দেশৰ ফুলৰ কেৱব, ফুৰ নিচিনা কোমল হৃদয়। ফুৰ মাজত থম যতনেৰে দেহটি তোমাৰ কৰি ফুলময়। স্বৰগ ৰাজ্যৰ পাৰিজাত ফুল, দুদিনীয়। দেহ মৰহিল আজি। টো ঈশ্বৰ স্বৰগত যেন লভ চিব-সুখ ট ভ চিৰ-শান্তি। { কৰ্ম্মবীৰ বৰদলৈ ] বিক্ৰম-এইবোৰ ফুল লোৱা, কালি ৰাতিপুৱাই আৰু ফুল ফুলি সূৰ্য্যৰ কিৰণত উজ্জ্বল হব। তুমি এই ফুল। ফুল:বাৰৰ দৰে আছিল, এতিয়া শুকাল॥ তোমাৰ ওপৰত দিয়া ফুলবোৰ উঁয় পৰি যাব। এতিয়া তুমি সংসাৰৰ সুখ দুখৰ অতীত।