পৃষ্ঠা:তাৰা.pdf/৬৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই
৬৮
৬৮
তাৰা

তাৰা হব। মোৰ ঘোৰাটো সৌ গছৰ তলত ভালকৈ বাকি থৈছে, পলাই যাবৰ ভয় নাই। তৰোৱাল। এট নিয় কামৰ নিমিত্তে খাপৰ পৰা বাহিৰ হ। সোণকালে তই তৈজৰ পিয়াহ পলুৱাই পালিতৰ তেজেৰে ৰাঙলী হবি। ঠিক এই ডোখৰেই ঠাই। চন্দনে যোক মিছাকৈ সাৰি নোৱাৰে। [ প্ৰান দ্বিতীয় দৰ্শন বিক্ৰমজিতৰ গৰৰ সন্মুখ [ বিক্ৰমজিৎ, বিজয়, জয় আৰু তাৰা এজন এজন কৰি হৃৰৰ পৰা বাহিৰ ওলায়।] আমি মৃগয়াৰ বিক্ৰম-তোমাৰ গা ভাল নহয়। ইয়াতে থাকা। পৰা অতি সোণকালে আহিম। বিজ—ভাই, আজি আৰু তুমি যাব নালাগে। কেইদিনমান ইয়াতে জিৰণি লোৱা। বাৰু আমি জানো তোমাৰ ভাই নহওঁ? তাৰা:- নিশ্চয় আমি ভাই। মোৰ গা বৰ অসুখ কৰিছে। ভয়-- হোমালোক যোৱ॥ মই এওঁৰ লগতে থাকে। তাৰা-- মোৰ তেনে টান নৰিয়া হোৱা নাই। আপুনি মোৰ নিমিত্তে বন্ধ হৈ থাকিব নালাগে। বাটৰ কষ্টৰ বাবে কি অলপ অসুখ হৈছে সি আপুনি গুচিব। জয়-মই তোমাক বৰ ভাল পাওঁ। এনেকি পিতাতকৈও তোক বেছি ভাল পাওঁ।