পৃষ্ঠা:তাৰা.pdf/৩৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই
৩৫
৩৫
তাৰা

তাৰ নাচনী -গীত— ৰূপহী, পিয়াল। কি ৰূপ-মদিব! যৌৱনৰ মৌ-পুৰীত সপোনৰ আলি-জালিত কিহৰ মোহিনী কৰিলা? চৌদিশে দেগেপ্ৰিয়া, তোমাৰে ৰূপ ৰাশি চৌপাশে শুনে। মাথে। তোমাৰে আকুল বাহী কি গীত মতলীয়া হৃদয় বলিয়া সম্বৰে কিমতে প্ৰিয়॥ হৃদয় উৰুঙা হৈ যিটি তাজীন আশা যুগে যুগে কালি ৰয় বিট কৰুণ ভাষা সি যে অতৃপ্তি সুমধুৰ অনন্ত কবিতা সুৰ জলপ্ত অনল শিখা। [ ৰজা আৰু ৰাণীৰ প্ৰবেশ।] ৰজা - কি ৰঘুপতি! অকলে অকলে ইয়াত কি কৰিছ!? তাৰ। উঠা নাই নেকি? ৰঘু -তৰাক এটা গান শুনালো। তেওঁৰ হলে দেখাদেখি-- য়েই নাই। সময়ৰ লগে লগে তেওঁ তোমাৰ হব। পালিত নিৰ্বাসন তাই এতিয়াও পাহৰিব পৰা নাই। ৰাণী —ৰজাই তোমাক কিমান মৰম কৰে চোৱা, তেওঁ তোমাক কিমান সুবিধা দিছে। হতাশ নহব, লাহে লাহে তাই বঙ্গা- ভয় নাই।