পৃষ্ঠা:তাৰা.pdf/৩৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই
৩৩
৩৩
তাৰা

তাৰা ২৩ ১ন বিঃসহজে নহয়। ৰঘু - ময়ে। তাকেই ভাবে। ২য় বিঃ-(স্বগত) তই নিজেই মুখ, তোৰ কামবোৰে যুক্তিহীন। তাত আৰু ভাল বেয়া কি আছে? বঘু -তাক দেখা কৰাই উচিত, আপোনাসকলে। আহক। [ সকলোৰে প্ৰস্থান। ] দ্বিতীয় দৰ্শন শোৱনি ঘৰ । তাৰ শুই থাকে, দিলীৰ। লাহে লাহে পেৰাৰ পৰা ওলাই আহে।] দিলীৰ-খেদাৰ মেহেৰনীত মনৰ ইচ্ছা পূৰ্ণ হল! সুন্দৰী-! এতিয়াতো তুমি মোক বাধা দিব নোৱাৰিব। [ তাৰাৰ ফালে আগুৱাই আৰু বিস্ময়েবে উলটি আহে।] জীৱনত বহুতে। বেয়া কাম কৰিলোঁ, কিন্তু কেতিয়াও মন এনে সঙ্কুচিত হোৱা নাই; আজি মোৰ হল কি? প্ৰতিজ্ঞা কৰি আহিছিলো যে বাতি জিকিম, কিন্তু এওঁৰ ফালে চালে কিয় মোৰ বুকু কঁপি উঠে। এওঁৰ সকলো পৱিত, খত স্বৰ্গীয় জ্যোতি, যেন কোনোবা পৰীৰ আগতহে থিয় দি আছে; বি ভাব লৈ আহিছিলে, সকলো মনৰ পৰা আঁতৰি গল. ( অলপ পৰ মনে মনে থাকি। এই দৰে থাকি কি হব? পালিতৰ মনত সন্দেহ লগাবলৈ দিহা কৰিব লাগিল। নহলে মই বাটৰ ভিকহু হব লাগিব। এওঁৰ শোৱনি ঘৰটো ভালকৈ চাই লওঁ। এই