পৃষ্ঠা:তাৰা.pdf/৩২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই
৩২
৩২
তাৰা

তাৰা ২২ মে ১ম বিঃ-হয় ডাঙৰীয়া, সম্ভ্ৰান্ত হোৱা বৰ খৰ কথা। আমাৰ সৌভাগ্য আমি সম্ভ্ৰান্ত নহলো।. ২য় বি:- ( স্বগত) সেই বইতে তুমি ইমান দিনে তোমাৰ সেই সজ নোহোৱা গোবৰেৰে ভৰা মূৰটো ভাৰ বৈ কষ্ট পাব লাগিছা। ঘু-কি ভাবিছা? ২য় বিকিনো ভাবি? অপপানাৰ দুৰৱস্থাৰ কথাকে ভাবিছে। কিন্তু কলোৰে ওপৰত তৰোৱাল দাঙি নিজৰ হৱমাননা কৰা উচিত নহয়। কৰ্তব্য। ঘু মই মোৰ তলতীয়াবোক অপমান কৰা মোৰ নহলেনো মোৰ বাহাঙৰী থাকিল কত? ২য় বিঃ-(স্বগত) কি বিবেচনা! ( প্ৰকাশ্যে ) হয় ডাঙৰীয়া, সেইটো আপোনাৰেই কৰ্তব্য। আপোনাৰ দৰে উৰ্বৰ মগজুত হে এনে কথা খেলায়। আমাৰ ভেবাৰামসকলৰ হলে সাত দিন সাত ৰাতি মুৰ খজুৱাই ভাবিলেও এনে কথা মনত পৰে। ১ম বিঃ-শুনিছো বোলে দিল্লীৰ পৰা এজন সম্ভ্ৰান্ত মানুহ তাহিছে। ডাঙৰীয়া, কিবা কব পাৰেনে? ঘু- ক'ৰ পৰা কোন মানুহ আহিল সেইবিলাক ৰাণীৰ ভায়েকৰ আৰক কি? ১ম বিঃ--তেওঁ বোলে পালিতৰ বন্ধু, সেই বাবেহে সুধিলো। বঘু সেই কুকুৰৰ বন্ধু। ইও নিশ্চয় তাৰ লগৰে এটা কুকুৰ। আপোনাকনো কোনে খবৰ দিলে? ১ম বিঃ-এজন দূতৰ মুখত শুনিলো। ৰঘু - বাৰু আপোনালোকক এটা কথা সোধে॥ ৰাণীৰ ভায়েকৰ পক্ষে জানে। ইয়াৰ লগত দেখা কৰা অপমানজনক নহব?