পৃষ্ঠা:তাৰা.pdf/১৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

৮ তাৰা ২য় বিষয়া-(স্বগত) হয় পলাই পলাই তেওঁ আহি এওঁ মহাবীৰৰ গাৰ ওচৰ পালেহি, আৰু এওঁহলে বীৰদৰ্পে পাছফাললৈহে আগুৱাব ধৰিলে। নহলে তেওঁৰ আইধাই। ৰঘু - আপোনালোক নহা হলে? ১ম বিঃ- তেওঁৰ ধ্ৰুৱ মৃত্যু। ২য় বিঃ- (স্বগত মই হলে যেতিয়ালৈকে এওঁ এই গাধৰদৰে সুন্দৰ দেহটি কিমান দৰ, মাটিত পৰি গুখিলেহেতেন তেতিয়া- লৈকে ৰ হৈ এওঁৰ বীৰত্ব অৱলোকন কৰি চৰিতাৰ্থ হলে। েেতন। বঘু-তাৰ। নো কি মূৰ্ণ। মোক হলে তাইৰ মনে নধৰে মোৰ দৰে সাহসী মানুহ এই ৰাজ্যত দ্বিতীয় নাই, ৰজাই যুদ্ধ বিগ্ৰহ এখন লাগিলেই মোক সেনাপতি পদত বৰণ কৰো বুলিছে।

ম বিঃ-আপুনিয়েই ৰাজ্যত সেনাপতি পদৰ একমাত্ৰ যোগ্য পাত্ৰ।

আপুনি থকা হ'লে ৰজাৰ পিতাকে ৰণত ঘাটি মোগলৰ কৰ- তলায় নহলহেঁতেন। ২য় বিঃ-(স্বতঃ) এনেকুৱা বীৰ সেনাপতি এজন হলে, শত্ৰুৰো মঙ্গল, নৈবোৰৰো মঙ্গল। এওঁৰদৰে বীৰ এজন সৈন্যৰ গাছফালে থাকি, পাছফাললৈ আগুৱাবলৈ আদেশ দিলে, সৈবেৰৰো প্ৰাণ ৰক্ষা, শক্ৰৰে। বিনা যুদ্ধে কাৰ্য্য সিদ্ধি। ৰধু- মই ৰাজপুৰীলৈ যাওঁ, আপোনালোক সকলো আহক বহুত কথা আছে। উভয়ে--আমাৰ পক্ষে সি অনুগ্ৰহৰ কথা। [ সকলোৰে প্ৰস্থান ]