পৃষ্ঠা:তাৰা.pdf/১৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

তাৰ। তা- পিতা, শিয়ালক এৰি সিংহৰ কথা কোনে নাভাবিব । ৰজা ৰা তই দেখোন বৰ অবাধ্য হলি ! তাৰা-নিও অপােনাৰ অনুগ্রহ । কাৰ অনুগ্ৰহত মই পালিতক ভাল পাওঁ। আপুনি যদি শিশু কালৰ পৰা এনে ৰূপৱান, গুণৱান এজনক মােৰ সঙ্গী কৰি নিদিলেহেঁতেন, তেন্তে জানো মই তেওঁক মনে মনে প্রাণ মন সমর্পন কৰিব পাৰে ।। ৰজা - তাৰা তই বলিয়া হলি নেকি । তাৰা- বলিয়া হবৰনো আৰু বাকী কি ? হায় (তলমূৰ কৰি) সই যদি এজনী সামান্য ভালৰ ছােৱলী হলে হেতেন, আৰু পালিত যদি এজন ভালৰ লৰা হলহেতেন ! ৰজা-- খঙেৰে তই বৰ লাই পাইছনে ? ৰাণ, তােমাৰ হাতত এইক গটালে।। এইক এইৰ শোৱা কোঠালীত বন্দী কৰি থােৱাগৈ । [ প্রস্থান ] ৰাণী- তা, বুঢ়া পিতাৰাক অনর্থক কষ্ট দিয়া কিয় ? ৰঘুপতিক বিয়া কৰােৱা। মই তােমাৰ ভালৰ বাবেই কৈছে । তােমাক মই নিজৰ ছোৱালীৰ দৰে ভাল পাওঁ, তুমি জানাে মােক আন মাহীমাকৰ দৰে হিংসাকুৰীয়া বুলি ভাবা ? মই তেনে নহওঁ । বু পিতাৰাৰ কথা ৰাখা, সৌৱ চন্দন আহিছে । [ চন্দনৰ প্ৰৱেশ ] চন্দন-আই দেউ, পালিতক বাটত ৰঘুপতিয়ে হঠাৎ আক্রমণ কৰিছিল । বাণী-- কাৰ কি হল ? চন্দক-কাৰৰ একো হবলৈ নাপালে গৈ । কেইজন মান বিয়াই এৰুৱাই দিলে । তাৰা-- কি মহান্ ! কি বীৰত্ব ! তই তেওঁক এৰি আহিলি কিয় ?