পৃষ্ঠা:তাৰা.pdf/১৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

তাৰ নন উপা: পালিত রেৰে আঙুঠিটো পিন্ধি ) আন তিৰােতা !. সাক্ষী হোক ঈশ্বর, যিদিনা তৰাক পাহৰি আন তিৰােতাক , পত্নী ভাবে হত স্থান দিও সিদিনাই ইৰ বন্ধু যেন মােৰ মূৰত পৰে । তাৰ', তাৰ। এই আঙঠিয়েই এতিয়া মােৰ আত্মবিনােদৰ এক মাত্র বস্তু। প্রাণ থাকে মানে এই আঙঠি স্থানচ্যুত হয় । (তাবাক সাৱটি ধৰি) বিদায় তেন্তে। তাৰা! আৰু বেছি সময় হাকিলে যাব নােৱাৰিম । তােমাক এৰি যাব। নায়। কিন্তু কি কৰিম, সকলো দৈববিড়ম্বনা। নাই । ৰাজ আজ্ঞাত সকলো কৰিব লাগিব । তােমাৰ বিতৰ চৰ চাৰিওপিনে ঘূৰিব লাগিছে । কেনেবাকৈ ৰজা বা বার কাণত পৰিলে মহা বিপদত পৰিব লাগিব । যদি ঈশ্বৰে কৰ তেন্তে আকে। এই কুমলীয়া লতাড়ালিক সাৱটি ধৰিাতি. নহলে এই দেখাই জীৱনৰ শেষ দেখা। তাৰা আৰু অলপ সময় থাকা প্রাণেশ্বৰ, আৰু বা কিমান দিন তােমাক দেখিবলৈ নাপাও ( পালিতৰ বুকুত মুখ লুকুৱাই কালে)। পালিত-তাৰা, (সাৱটি ধৰি ), ইচ্ছা কৰি জানো যাবলৈ ওলাইছে। নাকান্দিকা হাঁহি মুখে বিদায় দিয়া । নহলে যে বাবলৈ টান পাওঁ প্রিয়ে। তাৰা-কোন সতে তােক যাবলৈ কওঁ ? পালিত-বি হয় হওক, লাগিলে প্রাণকে দিন, তথাপি তােমাক করাই যাব নােৱাৰিম। [ ২য় সখীৰ প্রবেশ । ২ সখী—আইদেউ, ৰজাৰাণী এই ফাললৈকে আহিব লাগিছে । তাৰ'—বিায় প্রাণেশ্বৰ ! তোমাক বিপদত নেপেলাওঁ । অধিক