পৃষ্ঠা:তাঁতিৰ জুনা.pdf/২৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

পুৰণা কাৰবাৰৰ নতুন নাম

আসাম এজেঞ্চী।

পো: আঃ ৰিহাবাৰী৷

আহোম প্ৰেছৰ পৰা আজি অনেক দিন কিতাপ পত্ৰ, আদি প্ৰকাশ কৰি বিক্ৰী কৰি অহা হৈছে। সম্প্ৰতি সেই কাৰবাৰকে ডাঙৰ কৰিবৰ অভি প্ৰায়ে আসাম এজেঞ্চী নাম দি প্ৰেছৰ এজেঞ্চী বিভাগ খোলা হ'ল।

ইয়াত সকলো ৰকমৰ স্কুলীয়া কিতাপ সকলো নতুন ধৰণৰ কিতাপ আৰু সকলো ধৰ্ম্ম পুথি বেচিবলৈ যোগাৰ ৰখা হৈছে। আরু “দ্ৰৌপদীৰ বস্ত্ৰ হৰণ” “অৰ্জ্জুন গীতা’’ “দেৱসংবাদ’’ আদিৰ নিচিনা অনেক বিলাক অসমীয়া অপ্ৰকাশিত ধৰ্ম্ম পুথি আমি প্ৰকাশ কৰিছো৷ তাৰো উপৰি সকলো ৰকমৰ কাগজ পত্ৰ, পেন্সিল, চিয়াহী, নোট পেপাৰ আদি সকলো ৰকম ষ্টেচনাৰী মাল বেচিবলৈ যোগাৰ ৰাখিছো। অৰ্ডাৰ দিলেই ভিপিত পঠাওঁ৷