পৃষ্ঠা:তত্ত্ব আৰু তথ্য.pdf/৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

।৹

মানুহৰ জনা আছে, বস্তুবোৰ আচলত কি বা কেনেকুৱা তাক জানিবৰ উপায় নাছিল। কটকীদেৱে তাৰ উপায় কৰি দিছে। পুথিখনৰ ভাষাও উজু আৰু সুন্দৰ। ই ওখ খাপৰ স্কুলৰ পাঠ্যস্বৰূপে ব্যৱহাৰ হবৰ উপযুক্ত। মই আশা কৰো আমাৰ শিক্ষা বিভাগৰ গৰাকীসকলে পুথিখন তেনেবিধৰ স্কুলত চলাই প্ৰণেতাক উৎসাহিত কৰিব আৰু এনেবিলাক কথা শিকিবলৈ অসমীয়া ছাত্ৰক সুচল কৰি দিব। গুৱাহাটী, ২৬।৬।২৫।”

⸺⸺