পৃষ্ঠা:তত্ত্ব আৰু তথ্য.pdf/৮৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
[৭৮]

প্ৰসাৰণ—Extension.
প্ৰাকৃতিক ব্যাপাৰ—Natural phenomena.
পৌত্তলিকতা—Idolatry.
ফলদায়িকা শক্তি—Potential energy.
ব্যবচ্ছেদবিদ্যাবিৎ—Anatomists.
বিবৰ্ত্তবাদ—Theory of Evolution.
ভূতবাদী—Spiritualist.
মনোবিজ্ঞান—Psychology.
সমান্তৰাল—Parallel.
সত্যতা—Reality.
সত্ববৈজ্ঞানিক—Ontologist.
স্নায়ুমণ্ডলী—Nervous system.
শক্তিৰ ব্যয়শূণ্যতা—Conservation of energy.