পৃষ্ঠা:তত্ত্ব আৰু তথ্য.pdf/৮৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
 

পৰিভাষা

অভিব্যক্তিবাদ—Theory of Evolution.
অভেদ্যতা—Impenetrability.
অনুগতি—Molecular motion.
অজ্ঞাত আৰু অজ্ঞেয়—Unknown and unknowable.
আস্তিকতা—Existence of God.
আত্মা সম্বন্ধীয় অৱস্থা—Psychical states.
ঐক্যতা—Uniformity.
কৰ্ম্মঠ শক্তি—Active energy.
ক্ৰমবিকাশ—Evolution.
গতি—Motion.
চৈতন্যাৱস্থা—Conscious states.
জ্যোতিষ্কমণ্ডলী—Planetary system.
জড়বাদ—Materialism.
তৰ্কবিজ্ঞান—Logic.
নীহাৰিকাপিণ্ড—Nebulous mass.
পৰ্য্যবেক্ষণ—Observation
পুঞ্জগতি—Mass motion.