এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৬১
অসমৰ তামৰ ফলি
| ত্ৰিশূলধৰা— | ১ |
| ধুলিআদগৰিয়া— | ২ |
| কালিয়া— | ১ |
| পালি— | ৬ |
| দুঅৰি থলশাৰা— | ১ |
| গৰখীআ— | ১ |
| বাৰিচোআ খৰিচোআ— | ১ |
| ভণ্ডাৰ কাইথ— | ১ |
| মুদিআৰ— | ১ |
| মালিআ শাৰা— | ১ |
| ওঝা— | ১ |
| চাউলকৰা পানিঅনা— | ১ |
| ⸺ | |
| ৩২৸৹ |
ওপৰত দিয়া ফলি কেইখনত বাজেও আহোম ৰজাই ভূমি দান দিয়া ৪৬ খন তামৰ ফলিৰ সম্ভেদ পোৱা গৈছে। ইয়াৰ ভিতৰত স্বৰ্গদেৱ গদাধৰসিংহৰ ৩ খন, ৺ৰুদ্ৰসিংহৰ ৩ তিনিখন, ৺শিৱসিংহৰ ১৯ খন, ৺প্ৰমত্তসিংহৰ ৩ খন, ৺ৰাজেশ্বৰসিংহৰ ৬ খন, ৺লক্ষ্মীসিংহৰ ৬ খন, ৺গৌৰীনাথসিংহৰ ৪ খন, ৺কমলেশ্বৰসিংহৰ