পৃষ্ঠা:তত্ত্ব আৰু তথ্য.pdf/৭১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৬০
তত্ত্ব আৰু তথ্য।

গ্ৰামৰ হদ্‌

পূবে মাটী পূৰ্ব্বত ধোবাৰ সত্ৰ
পশ্চিমে দিদিৰ পশ্চিমপাৰ
উত্তৰে বংঙ্গশ্বৰৰ সীমা
দক্ষিণে লোহিত্য এৰে ভিতৰত দৌল যাত্ৰাত লগাব।
 ছিসি বিলৰ—১ৰূপ
 বড়বিলৰ—১

শ্ৰীৰাম
১৬৬০

 শ্ৰী শ্ৰীধাৰেশ্বৰ শিব পূজানিয়মাৰ্থং স্বস্তি মহামহেন্দ্ৰ শ্ৰীশ্ৰীশিবসিংহনৃপতি প্ৰবৰ শ্ৰীযুত তৰুণ দুৱৰা বৃহৎফুক্কনেন ৺দত্ত তাম্ৰপত্ৰিকেয়ং।

৺৭ সেবাইত ব্ৰাহ্মণ—
বৰদেউৰী—
শূদ্ৰপাইক— ৪৫
আঠপৰিয়া—
চামৰধৰা—
চত্ৰধৰা—
দণ্ডধৰা—