পৃষ্ঠা:তত্ত্ব আৰু তথ্য.pdf/৬৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৫৮
তত্ত্ব আৰু তথ্য।


 

শ্ৰীশ্ৰী অশ্বক্ৰান্ত

 স্বস্তি সকল ভূমণ্ডল ভূপমৌলিমালা লোলিত পদাজ শ্ৰীশ্ৰীশিবসিংহ ভূপাল মন্ত্ৰি বৰ সেনানি সমশ্ৰীমত্তৰুণ দুৱৰা বৃহৎফুক্কনেন দত্ত বহ্মোত্তৰ প্ৰমাণ তাম্ৰ পট্টিকেয়ং বিভিৰ্ন্না।

 কামৰূপ দেশৰ বড়ুৱা বড়কায়স্থ ও চৌধাৰি পটোৱাৰি ও তালুকদাৰ ঠাকুৰিয়া আনো সকলো সাৱ- ধানে জানিব বঙ্গেশ্বৰ পৰগণাৰ জয়পুৰ গ্ৰামৰ ফৰিঙ্গতি হাবি মাট্টি ধাকা ১২ পুৰা মিল্লিক জমি ১২ পুৰা মুঠতে ২৪ পুৰা বাড়ি মাটি ৭ পুৰা ৺৺স্বন্যে ৺শিব দেউৰি বলোদেৱ ব্ৰাহ্মণক ব্ৰজোত্তৰ কৰি দিয়া গেল ইহাৰ কৰকাটল পদ পঞ্চক বেঠবেগাৰ চোৰ চিনালা ধুমুসি মাৰেসা জলকব জবাক্ষৰ দানখুত চকি হাট ঘাট ৰাজদণ্ড ব্যতিৰেক সৰ্ব্ববাব পৰিত্যাগ হৈল। ইতি শক ১৬৬১ তাং ১০ পোষ

শ্ৰীশ্ৰীসিদ্ধেশ্বৰ

 স্বস্তি শ্ৰীসিদ্ধেশ্বৰ দেৱস্য দাস্যবৃত্তিতোৎসকঃ প্ৰমাদ- পালক পাওসহৰাজ্য নৰাধিপ * * * দদৌধং শ্ৰীশ্ৰীবীৰ্য্যপালজবংসজ ঐগদাধৰসিংহস্য ভুপেশ্বৰ স্বকৰং ভুজঃ শ্ৰীশ্ৰীসিদ্ধেশ্বৰ যুটাতে বহঃ বহঃ সেবাদিবৃত্তিস্পপং তাম্ৰ