পৃষ্ঠা:তত্ত্ব আৰু তথ্য.pdf/৬৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৫৭
অসমৰ তামৰ ফলি।


 

শ্ৰীৰামঃ

শ্ৰীশ্ৰী জনাৰ্দ্দন গোসাঞী

 শ্ৰীশ্ৰীমদ্ভবানিচৰণ চক্ৰবৰ্ত্তী শ্ৰীমত স্বৰ্গমহাধীবাজ শিৱসিংহনৃপস্য প্ৰিয় সেৱকপ্ৰবৰ শ্ৰীমৎ তৰুণ দুৱৰা বৃহৎফুক্কনেন তত পুণ্যাৰ্থং শ্ৰীশ্ৰীমদজনাৰ্দ্দন সেবিবিপ্ৰেভ্যো- দত্ত ব্ৰহ্মোত্তৰ প্ৰমাণ তাম্ৰ পত্ৰমিদং।

 ৺৭ কামৰূপ দেশৰ বড়ুৱা ওঁ বৰকায়স্থ ওঁ পটো- ৱাৰি ও তালুকদাৰ ঠাকুবিয়া আনো সকলো সাৱধানে জানিবেক ছয়ানীয়া পৰগণাৰ হালিগাঁ তালুকৰ সলে সালাত ৰুপিত ললে ১২ বাৰপুৰা কঠিয়াতলী ৬ পুৰা সলাপুৰত ফৰিঙ্গতী তিনি গুণিৰদৰে ৮ পুৰা মুঠত ২৬ পুৰা নিজ গ্ৰামত বাড়ীৰ হদপূবে দক্ষীণে প্ৰাণনাথ ব্ৰাহ্মুণৰ সীমা উত্তৰে মদনা পশ্চিমে কালবোন এহি চতুৰ হদে ৺৺ব নাম দেওৰি নিত্যানন্দ শৰ্ম্মা ৺ৰ পুণ্যে ব্ৰহ্মোত্তৰ কৰি দিয়া গল। পুত্ৰ পৌত্ৰাদি ক্ৰমে পৰম সুখে ভোগ্য কৰহ ইয়াৰ কৰকাটল, পদপঞ্চক, বেঠবেগাৰ চোৰ চিনলা ধুমুসী মাৰেষা জলকৰ জবক্ষাৰ চকি হাট ঘাট ফাট দান খৃত সৰ্ব্ব বাব পৰিত্যাগ হৈল ইহাৰ কোনোজনে বিৰোদ্ধ নাচৰিব ইতি শক ১৬৬৪ তাৰিক্ষ ১৮ আসাঢ়।